ৰবীন বেনাৰ্জী

ৰবীন বেনাৰ্জীৰ
অসমীয়াই উচিত সন্মান নিদিয়া আৰু এজন তথ্যচিত্ৰ নিৰ্মাতা হৈছে প্ৰয়াত ৰবীন বেনাৰ্জী ডাঙৰীয়া। কাজিৰঙাক লৈ টেটু ফালি থকা সকলে জনা ভাল , বিশ্বত কাজিৰঙাক চিনাকী কৰাই দিয়া অন্যতম মানুহ আছিল বেনাৰ্জী চাহাব। অসমক আপোন কৰি লোৱা মানুহজনক অসমীয়াই কোনোদিনে প্ৰাপ্য সন্মান নিদিলে। অথচ অসমৰ চহকী প্ৰকৃতিক বিশ্বৰ আগত তেখেতে চিনাকী কৰি দিছিল। 

Comments