নিৰোদ চৌধুৰী
নিৰোদ চৌধুৰী
এটা সময় আছিল - চৌখিন মানুহজনৰ লিখা নাপালে অসমীয়া কাকত আলোচনী ছপা নহৈছিল। অতি জনপ্ৰিয় আছিল মানুহজন। পানবজাৰৰ এখন ৰেষ্টোৰেণ্টত বহি তেঁও মাজে মাজে লিখিছিল। এই সুপুৰুষজন আছিল জনপ্ৰিয় কাহিনীকাৰ নিৰোদ চৌধুৰী । অসমৰ চিনেমাৰ বাবে আটাইতকৈ বেছি কাহিনী লিখিছে তেখেতে। কিন্তু স্বীকৃতি কোনে দিয়ে? নামটোও উল্লেখ কৰিবলৈ বেয়া পায়। কিন্তু নতুনসকলে এখেতসকলক জনা উচিত।

Comments
Post a Comment