প্ৰধানমন্ত্ৰী
খবৰটো নিউজিলেণ্ডৰ । দেশখনৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা লগৰীয়া এজনৰ লগত ৱেলিংট'নৰ এখন ৰেষ্টুৰেন্টলৈ গল । কৰ'ণাৰ বাবে তাতো সামাজিক দূৰত্বৰ নিয়ম চলি আছে । প্ৰধানমন্ত্ৰী যিসময়ত গল সেই সময়ত ৰেষ্টুৰেন্টত বহিবলৈ ঠাই নাছিল । কাৰণ বৰ্তমানৰ নিয়ম মতে আধা গ্ৰাহকহে বহিব পাৰে । লগৰীয়াৰ লগত প্ৰধানমন্ত্ৰী ওলাই গল । পোন্ধৰ মিনিট মানৰ পাছত আসন খালী হোৱাত ৰেষ্টুৰেন্টৰ মানুহে তেখেতক বিচাৰি মাতি আনিলে গৈ ।
( পাৰিলে আমাৰ দেশৰ লগত তুলনা নকৰিব )
( পাৰিলে আমাৰ দেশৰ লগত তুলনা নকৰিব )
Comments
Post a Comment