ৰাতিৰ মালিতা
ৰাতিৰ মালিতা ---
এজন বেপাৰীৰ তিনিজন সন্তান । বেপাৰীজন বহুত ধনী । দামী দামী পোছাক পিন্ধে । দামী চেণ্ট লগায় । ভালৰ ভালতো খায় । কিন্তু পুতেকহঁতক দিবলৈ টান পায় । এদিন বেপাৰীয়ে পুতেক তিনিটাক মাতি আনি কলে- - আজি যদি ভাত নাখাৱ তেন্তে তহঁতক সত্তৰ টকাকৈ দিম ।
ল'ৰা কেইটাৰ হাতত একেবাৰে পইচা নাই । কৃপন বাপেকে নিদিয়ে । গতিকে সিহঁতে টকা কেইটা লৈ , ভাত নাখাই শুই থাকিল ।
পুৱা আহাৰ খাবলৈ আহি দেখে দেউতাকে খাই আছে । সিহঁতিও খাবলৈ বহিল । কিন্তু দেউতাকে বাধা দি ক'লে-- তহঁতে সত্তৰ টকাকৈ দিলেহে খাবলৈ পাবি । 🤣🤣😭😭😆😆

Comments
Post a Comment